এজাক বৰষুণ নামিছে
বেঞ্জামিন কামান
অতদিনৰ পিছত
আজি মেঘৰ অভিমান ভাঙিছে
হোৰাহোৰে মৰম বোৰ নিগৰিছে
ৰদে আৰু কত দিন বাধা দিব
মাটি আৰু পানীৰ এই মিলন
ৰদেইতো লৈ আহিছে
সাগৰৰ বুকুৰ পৰা চান কাঢ়ি
মাটিৰ বাবে বৰষুণ,
আঁকিছে শ্যামলী উপত্যকাৰ ছবি
এয়া মীমাংসাৰ সময়
ৰ'দ আৰু বৰষুণৰ...
Mising Anu Lutad, Ju:n, 2025