Type Here to Get Search Results !

দুষ্যন্ত নৰহৰ “মিচিং বৰ্ণৰ ক্ৰম আৰু পঠন শৈলীৰ” সন্দৰ্ভত বিশিষ্ট লেখক জাতিৰাম কামানৰ প্ৰতিক্ৰিয়া আৰু পৰামৰ্শ

 


দুষ্যন্ত নৰহৰ “মিচিং বৰ্ণৰ ক্ৰম আৰু পঠন শৈলীৰ” সন্দৰ্ভত বিশিষ্ট লেখক জাতিৰাম কামানৰ প্ৰতিক্ৰিয়া আৰু পৰামৰ্শ


জাতিৰাম কামান



    প্ৰিয় দুষ্যন্তই সংশোধিত ৰোমান লিপিত মিচিং বৰ্ণমালাৰ পঠন আৰু লিখন শৈলীৰ বাবে প্ৰস্তুত কৰা তিনিটা খণ্ডৰ চমু টোকাটো মিচিং ভাষাৰ পাঠদানৰ বাবে উপযুক্ত হাতপুথি কৰিব পৰাৰ অৱকাশ আছে। পাঠদান কৰা শিক্ষক/শিক্ষয়িত্ৰীসকলে আৰ্হিপাঠ হিচাপে ল’ব পাৰে। আগম মিগাং শ্ৰদ্ধেয় নাহেন্দ্ৰ পাদুন দেৱক প্ৰমুখ্য কৰি মিচিং ভাষাত ব্যুতপত্তি থকা অগ্ৰজ বিজ্ঞসকলৰ লগত কাৰ্যৰত মিচিং আগম কৗবাঙ (মিচিং সাহিত্য সভা)ৰ কাৰ্যকৰী সমিতি/পাঠ্যপুথি প্ৰণয়ণ কমিতি (যদিহে আছে!) য়ে আলোচনা কৰি প্ৰকাশৰ ব্যৱস্থা কৰিব পাৰে। অৱশ্যে আৰ্হি পাঠ হিচাপে প্ৰস্তুত কৰাৰ আগতে শ্ৰীযুত পাদুন ছাৰ তথা মিচিং ভাষা বিজ্ঞানী সকলৰ সহমত আৰু পূৰ্বানুমতি অনস্বীকাৰ্য ও অত্যাৱশ্যকীয়।


Mising Anu Lutad, Epril, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper