সাম্প্ৰতিকঃ ফুলনি নে বাগিছা
বেঞ্জামিন কামান
ফুলনি নে বাগিছা
গুণাগঁথা চলি থাকোঁতে থাকোঁতে
পখিলা গৈ ফুলত পৰিল
আৰু গোবৰুৱা গোবৰত
দুয়োৰে মন ভৰিল
একেখন ৰসাল বাগিছাত।
গোবৰুৱাই ঘোষণা কৰিলে-গোবৰ মেইন!
Mising Anu Lutad, February, 2025
সাম্প্ৰতিকঃ ফুলনি নে বাগিছা
বেঞ্জামিন কামান
ফুলনি নে বাগিছা
গুণাগঁথা চলি থাকোঁতে থাকোঁতে
পখিলা গৈ ফুলত পৰিল
আৰু গোবৰুৱা গোবৰত
দুয়োৰে মন ভৰিল
একেখন ৰসাল বাগিছাত।
গোবৰুৱাই ঘোষণা কৰিলে-গোবৰ মেইন!
Mising Anu Lutad, February, 2025