Type Here to Get Search Results !

আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা

 



আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা (Ali: A:ye Lígang Aséng)


   Mising Anu Lutad বাৰ্তালোচনীৰ যোগেদি মিচিং ৰৗঙামৰ লগতে সমগ্ৰ অসমবাসীলৈ মিচিং জনগোষ্ঠীৰ প্ৰাণৰ উৎসৱ আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা জনোৱা আমাৰ পৰম শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল ক্ৰমে - হৰেন্দ্ৰনাথ দলে, ডিম্বেশ্বৰ দলে, প্ৰগ্ৰেছ মেদক, বেঞ্জামিন কামান, কৃষ্ণ দলে, ড° দেৱজিৎ পেগু, মন্টুৰাম টাইদ।

    শুভেচ্ছাসমূহ তলত পৰ্যায়ক্ৰমে দিয়া হ’ল। আমাৰ প্ৰতি মূহুৰ্তৰ চিন্তা আৰু আঙুলিৰ পৰশ আমাৰ বাবে অতি মূল্যৱান। কামত সৰু বৰ নাই। সকলো কামেই সমানে গুৰুত্ব দিয়া উচিত।


 (১)

“Pi:ro-tapi: gonggír-kampé

Ali A:ye Lígangém 

Gonggír moteika

Singgi gipun punkampé 

Mising réngamsém

Í:r-pongkír moteika”

                          - Horendronath Doley


(২)

“Appíngkolo:pé Ali A:yé Lígang aséngém bidung. Sé anu dítakso takamé mé:po-sakpola, ésang-anpola dungka:langka émna mé:lígdung.”

                                       - Dimbeswor Doley


(৩)

 “পৰম্পৰাগত লোক উৎসৱ সমূহৰ জড়িয়তে লোক সংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায়।

   ফাগুন মানেই লৃগাং, লৃগাং মানেই সংস্কৃতি। সংস্কৃতিয়েই বহন কৰে জাতি-জনগোষ্ঠী এটাৰ সাতামপুৰুষীয়া নিজস্ব ঐতিহ্য পৰম্পৰা কৃষ্টি সংস্কৃতিৰ।

   নিজস্ব কৃষ্টি সংস্কৃতি জীয়াই ৰখাটো প্ৰত্যেক জাতি জনগোষ্ঠীৰ এৰাব নোৱাৰা দায়িত্ব আৰু কৰ্তব্য। মিচিং সমাজে এনে দায়িত্ব আৰু কৰ্তব্যৰ গণ্ডীৰ বাহিৰত অৱস্থান কৰিব নোৱাৰে।

   আলি আঃয়ে লৃগাঙৰ আজিৰ দিনটো সকলো মিচিং ৰাইজলৈ অন্তৰ ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

   Purangém dotoka

   Apongém tí:toka

   Dumdumém mantoka

   Paksongém so:toka.” 

                                         - প্ৰগ্ৰেছ মেদক


(৪)

“আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছো”

                                       - বেঞ্জামিন কামান 


(৫)

  “Sé: Ara:sok du:né takam appíngém ali a:yé língang asé:ligdung.”

                                       - Krishno Doley


(৬)

  “অসমৰ দ্বিতীয় বৃহত্তৰ জনজাতীয় জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ অতিকৈ চেনেহৰ কৃষি ভিত্তিক জাতীয় উৎসৱ আলি-আঃয়ে লৃগাঙৰ আন্তৰিক শুভেচ্ছা সমূহ খিলঞ্জীয়া জনসাধাৰণ আৰু অসমবাসীলৈ নিবেদিছোঁ আৰু এই জাতীয় উৎসৱে অসমৰ জনসাধাৰণৰ মন-মস্তিষ্কত ইতিবাচক সৃজনীমূলক চিন্তাধাৰা, সদ্ভাৱ, ভাতৃত্ববোধ আৰু ঐক্য-সম্প্ৰীতি জগায় সমৃদ্ধিশালী কৰি তোলক!”


Mising Réngam Írroi.

Ali-A:yé Lígang Írroi.

                       - Dr. Debojit Pegu 


(৭)

  “আলি আঃয়ে লৃগাং মিচিং জনগোষ্ঠীৰ প্ৰাণ। গিনমুৰ পঃল অৰ্থাত ফাগুন মাহ মিচিং সমাজৰ বাবে এটি মাহেই নহয়; ই যেন মিচিং জনমানসৰ প্ৰাণ, হৃদয়ৰ স্পন্দন। কৃষিজীৱি কৰ্ম্মৰ প্ৰথমটি বীজ আই বসুমতীৰ বুকুত স্থাপনৰ পৰা আৰম্ভ কৰি মাংগলিক ক্ৰিয়া - কৰ্ম, মিচিং সমাজৰ জাতীয় ঐতিহ্য বহনকাৰী লৃগাং উৎৱস পালন কৰাৰ বাৰ্তাবাহক মাহ গিনমুৰ অৰ্থাৎ ফাগুন। ফাগুনৰ প্ৰথম বুধবাৰ দিনাৰ পৰা মিচিং জনগোষ্ঠীৰ কৃষিভিতিক জাতীয় উৎসৱ আলি আঃয়ে লৃগাং….।


গিনমুৰ পঃল আঃদুবং

গিনমুৰ অৗচাৰ চাৰদুবং

নৗহি নৗঙান ঙানদুবং

আলি আঃয়ে লৃগাং আঃদুবং’


ভাৱাৰ্থঃ ফাগুন মাহ আহিছে/ফাগুনৰ পছোৱা বলিছে/গছে-পাতে কুঁহিপাত মেলিছে/আলি লৃগাং আহিছে।

অসমবাসীলৈ আলি আঃয়ে লৃগাঙৰ শুভেচ্ছা জনালোঁ। আজিৰ দিনটো সুখৰ হওঁক তাৰেই কামনা কৰিলোঁ।”

                                                    - মন্টুৰাম টাইদ


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper