Type Here to Get Search Results !

নিঃসংগতা

 


নিঃসংগতা


                    বেঞ্জামিন কামান


আকাশত তৰা ফুল ফুলিছে

ঘৰৰ ইমূৰৰ পৰা ঘড়ীৰ কাঁটাৰ শব্দ

দূৰণিৰ পৰা ভাঁহি আহিছে এটি ভুকভুকনি


এখিলা শুকান পাত লাহেকৈ সৰি পৰিছে

সময় আগবাঢ়িছে লাহে লাহে…


Mising Anu Lutad, February, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper