Type Here to Get Search Results !

দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল ফাটবিহু

 


দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল ফাটবিহু


মিচিং আনু লুতাদ, ৯ মেঃ বিভিন্ন জাতি জনজাতিৰ মহা মিলনৰস্থলী ফাটবিহু আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল ফাটবিহু।


প্ৰথমদিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন,স্মৃতি তৰ্পণ, বিহুদলসমূহ আদৰণি, প্ৰতীক উন্মোচন কৰা হয়।


ইয়াৰ পিছতে ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি ফাটবিহু স্থায়ী সমিতি আৰু উদযাপন সমিতিৰ বিষয় ববীয়া সকলৰ সৈতে এখনি জৰুৰী বৈঠকত মিলিত হয়।


ইফালে এই পৰিস্থিতিৰ সন্মুখীন হোৱা বাবে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহু অনুষ্ঠান বন্ধ কৰিবলৈ আহ্বান জনাইছিল।


সেয়েহে ফাটবিহু কাইলৈৰ পৰা বাতিল কৰা হৈছে বুলি ঘোষণা কৰে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই


Mising Anu Lutad, Me:, 2025

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper