Type Here to Get Search Results !

গুমচুৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কাংকিন কৗবাং



মিচিং আনু লুতাদ, ৫ অক্টোবৰ, ২০২৪: আজি গুৱাহাটী বিশ্ববিদ্যালয় মিচিং ছাত্ৰ সন্থাৰ (GUMSU) উদ্যোগত ২০২৪ বৰ্ষৰ বাৰেৰহণীয়া Kangkin Kébang (কাংকিন কেবাং) "চিনাকী সভা" অনুষ্ঠিত কৰা হয়।


   গত বৰ্ষৰ দৰে এইবাৰো Kangkin Kébang সভাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হয়। Kangkin Kébang অনুষ্ঠানত গুৱাহাটী মহানগৰ সমিতিৰ (TMPK GCC) সভাপতি চেদ্ৰিক লাগাছুৰ লগতে TMPK GCC ৰ বিষয়ববীয়া উপস্থিত থাকে ।

     

  আজিৰ Kangkin Kébang অনুষ্ঠানত গুৱাহাটী বিশ্ব বিদ্যালয়ত অধ্যয়নৰত ন পুৰণি ছাত্ৰ ছাত্ৰীৰ লগতে গুৱাহাটী মহানগৰীত ভিন্ন কৰ্ম সূত্ৰে বাস কৰি থকা সকলো লোকে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি সভাখনত সাফল্যমণ্ডিত কৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Mising Anu Lutad WhatsApp

Mising e Paper