মিচিং আনু লুতাদ, ২৯ জুনঃ ১৭ বছৰৰ পাছত টি-২০ বিশ্বকাপৰ খিতাপ দখল ভাৰতীয় টিমৰ। ৭ ৰানত পৰাস্ত দক্ষিণ আফ্ৰিকাক
বাৰ্বাডোছৰ ব্ৰীজটাউনৰ কেনচিংটন অ’ভেলত আজি শনিবাৰ ২৯-০৬-২০২৪ জুনত অনুষ্ঠিত টি - ২০ ক্ৰিকেট বিশ্বকাপত দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি ভাৰতে ১৭ বছৰৰ পাছত টি-২০ বিশ্বকাপ ২০২৪ ৰ খিতাপ দখল কৰে।
২০ অভাৰত ভাৰতীয় টিমে ১৭৬/৭ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাই মাত্ৰ ১৬৯/৮ ৰান সংগ্ৰহ কৰি ৭ ৰানত পৰাজয় হয়।